ଅର୍ଥ : প্রাকৃতিকভাৱে বা কৃত্রিমভাৱে পানীৰ গোট মৰা ৰূপ
ଉଦାହରଣ :
তেওঁ ্ পানীখিনি ঠাণ্ডা কৰিবলৈ বৰফ মিহলাইছে
ସମକକ୍ଷ : আইচ
ଅର୍ଥ : পানীৰ একপ্রকাৰ গোটা ৰূপ
ଉଦାହରଣ :
শূন্য ডিগ্রী ছেলছিয়াছত পানী বৰফ হʼল
ଅର୍ଥ : জলবায়ুৰ শীতলতাৰ কাৰণে ভাপৰ অনুবোৰৰ যি তৰপ ওপৰৰ পৰা মাটিত পৰে
ଉଦାହରଣ :
আজি পাহাৰীয়া অঞ্চলত বৰফ পৰাৰ সম্ভাৱনা আছে
ସମକକ୍ଷ : হিম