ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কামত অহা বা লগা কার্য
ଉଦାହରଣ : আমাৰ দেশত চাউলৰ প্রয়োগ বেছিকৈ হয়
ସମକକ୍ଷ : উপভোগ, প্রয়োগ
ଅର୍ଥ : কোনো বস্তুক ব্যৱহাৰৰ কাৰণে অনা কার্য
ଉଦାହରଣ : যিটো উপদেশ দিয়া হৈছে তাক প্রয়োগ কৰা
ସମକକ୍ଷ : কামত লগোৱা, প্রয়োগ
ଅର୍ଥ : সামাজিক সম্বন্ধত বেলেগৰ লগত কৰা আচাৰ
ଉଦାହରଣ : তেওঁৰ ব্যৱহাৰ ভাল নহয়
ସମକକ୍ଷ : আচৰণ, আলেখ-লেখ, গতি-গোত্র, গতি-বিধি, গতি-মতি, চলন-ফুৰণ, চাল-চলন, ধৰণ-কৰণ, মতি-বুদ্ধি, স্বভাৱ, স্বভাৱ-চৰিত্র, হাব-ভাব, ৰেহ-ৰূপ
ଅର୍ଥ : মনৰ ভাব প্রকটিত হোৱা শৰীৰৰ এক স্থিতি
ଉଦାହରଣ : সহযাত্রীৰ আচৰণ দেখি আমি সচকিত হৈ পৰিলোঁ
ସମକକ୍ଷ : আচৰণ, ধৰণ-কৰণ
ସଂସ୍ଥାପନ କରନ୍ତୁ