ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ ব্যৱস্থাপনা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

ব্যৱস্থাপনা   বিশেষ্য

ଅର୍ଥ : সমাজৰ দ্বাৰা নি্র্ধাৰিত কোনো কাম কৰাৰ এক বিশেষ প্রচলিত ৰীতি

ଉଦାହରଣ : এই কার্যালয়ৰ ব্যৱস্থা অতি শোচনীয়

ସମକକ୍ଷ : ব্যৱস্থা

ଅର୍ଥ : ব্যৱস্থা কৰা কার্য ্বা ভাব

ଉଦାହରଣ : সকলো কামৰে ব্যৱস্থাপনা ভালদৰে হোৱা উচিত

ସମକକ୍ଷ : আয়োজন, যা-যোগাৰ, যোগাৰ, সু-বন্দৱস্ত, সু-ব্যৱস্থা

ଅର୍ଥ : আগতীয়াকৈ নিয়ম-শৃংখলাৰ মাজেৰে সংগঠিত কৰা অৱস্থা বা কাম:ব্যৱস্থাপনাৰ যোগেদি যিকোনো কামেই সহজে কৰিব পাৰি

ଉଦାହରଣ :

ସମକକ୍ଷ : আয়োজন, বন্দৱস্ত, ব্যৱস্থা