ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যিটো কোৱা হৈছে
ଉଦାହରଣ : স্বামীজীৰ কথিত কথাখিনি পালন কৰা উচিত
ସମକକ୍ଷ : উক্ত, কথিত
ଅର୍ଥ : যিটো প্রকট কৰা হৈছে বা যাৰ অভিব্যঞ্জনা হৈছে
ଉଦାହରଣ : প্রকাশিত ভাৱক লুকুওৱাৰ চেষ্টা কিয় কৰি আছা
ସମକକ୍ଷ : অভিব্যঞ্জিত, প্রকটিত, প্রকাশিত
ସଂସ୍ଥାପନ କରନ୍ତୁ