ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : দ্রৱ পদার্থৰ গতিশীল হৈ থকা কার্য
ଉଦାହରଣ : নদী পাহাৰৰ পৰা ওলাই সাগৰৰফালে বৈ আহে
ସମକକ୍ଷ : প্রৱাহিত হোৱা, বৈ অহা
ଅର୍ଥ : হাত অথবা যন্ত্রৰে কিছুমান সুতা ওপৰলৈ আৰু কিছুমান সুতা তললৈ নি কোনো বস্তু তৈয়াৰ কৰা কার্য
ଉଦାହରଣ : সীতাই নিজৰ ্ কেঁচুৱাটোৰ কাৰণে এটা চুৱেটাৰ গুঠি আছে
ସମକକ୍ଷ : গাঁথা, গুঠা
ସଂସ୍ଥାପନ କରନ୍ତୁ