ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কোমলতা, তীব্রতা, ডাঙৰ-সৰু আদি কৰি কʼব পৰা শ্্ব্দ যি প্রাণীৰ কণ্ঠৰ পৰা ওলায়
ଉଦାହରଣ : তেওঁৰ ্ মাতটো বৰ মিঠা
ସମକକ୍ଷ : কণ্ঠ, গলা, মাত, স্বৰ
ଅର୍ଥ : গালত লগোৱা এক প্রকাৰৰ ৰঙা বা গুলপীয়া প্রসাধন সামগ্রী
ଉଦାହରଣ : ছালৰ ৰং অনুসৰি ৰহণ ব্যৱহাৰ কৰা উচিত
ସମକକ୍ଷ : ৰহণ
ଅର୍ଥ : গোৱা কার্য ্বা ভাব
ଉଦାହରଣ : আমি আজি পণ্ডিত যশৰাজৰ গীতৰ আনন্দ লʼম
ସମକକ୍ଷ : কথা, গানবাজনা, গীত, গীতবাজনা, গীতবাদ্য, গীতমাত, গীতি, ধুন, পদ, সংগীত, সঙ্গীত
ସଂସ୍ଥାପନ କରନ୍ତୁ