ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ বোজা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

বোজা   বিশেষ্য

ଅର୍ଥ : যিটো কাৰোবাৰ ওপৰত জাপি দিয়া হয়

ଉଦାହରଣ : মই এশ কিলোতকৈ অধিক বোজা উঠাব নোৱাৰোঁ

ସମକକ୍ଷ : ভাৰ

ଅର୍ଥ : কোনো কামত নলগাকৈ কাৰোবাৰ তত্ত্বাৱধানত থকা অৱস্থা

ଉଦାହରଣ : কর্মহীন ব্যক্তি পৃথিৱীৰ বোজা স্বৰূপ

ସମକକ୍ଷ : বোজ, ভাৰ

ଅର୍ଥ : একেলগ কৰি বান্ধি থোৱা বস্তুৰ দʼম

ଉଦାହରଣ : খেতিয়কে ধানৰ বোজা গৰুগাড়ীত লাদি আছে

ସମକକ୍ଷ : ভাৰ

বোজা   ক্ৰিয়া

ଅର୍ଥ : কিহবাৰ ওপৰত বস্তু ৰখা বা ভৰোৱা

ଉଦାହରଣ : মোৰ বস্তু এতিয়াও বোজা কৰা নাই ট্রাকত মালবস্তু বোজা কৰিলে

ସମକକ୍ଷ : ভাৰ