ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : বোকা যুক্ত বা যʼত বোকা থাকে
ଉଦାହରଣ : ইয়াৰ মাটি বোকাময়
ଅର୍ଥ : বোকাৰে ভৰি থকা
ଉଦାହରଣ : বাৰিষাকালত বোকাময় ৰাস্তাৰে যোৱাটো জটিল হৈ পৰে
ସମକକ୍ଷ : পংকময়, পংকাকুল, পংকিল, পঙ্কময়, পঙ্কাকুল, পঙ্কিল
ଅର୍ଥ : যʼত বোকা আছে
ଉଦାହରଣ : তেওঁ ্আন্ধাৰত এটা বোকাময় খালত সৰি পৰিল
ସମକକ୍ଷ : পংকিল, পঙ্কিল
ଅର୍ଥ : পুখুৰীৰ পানী বা বোকাৰ সৈতে সম্বন্ধিত
ଉଦାହରଣ : কুমাৰে বোকাময় মাটিৰে বাচন তৈয়াৰ কৰি আছে
ସଂସ୍ଥାପନ କରନ୍ତୁ