ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ বৈঠকখানা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

বৈঠকখানা   বিশেষ্য

ଅର୍ଥ : ডাঙৰ মানুহৰ ঘৰত থকা ডাঙৰ কোঠা বা বৈঠক, যʼত অহা-যোৱা কৰা মানুহ বহে

ଉଦାହରଣ : নেতাজনে চʼৰাঘৰত বহি মানুহৰ কথা শুনি আছিল

ସମକକ୍ଷ : চʼৰা, চʼৰা ঘৰ, চʼৰাঘৰ, ড্রইং ৰুম, বহা কোঠা

ଅର୍ଥ : বহাৰ স্থান

ଉଦାହରଣ : বৈঠকখানা সম্পূর্ণৰূপে ভৰি আছিল

ଅର୍ଥ : বিশিষ্ট ব্যক্তিক বহাবৰ কাৰণে আৰু মানুহক লগ কৰিবৰ কাৰণে ঘৰৰ সন্মুখৰফালে থকা কোঠা

ଉଦାହରଣ : চʼৰাঘৰত আপোনালৈ অপেক্ষা কৰি থকা হৈছে

ସମକକ୍ଷ : অতিথি-কোঠা, চʼৰাঘৰ