ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যি কোনো কথাৰ প্রতি পৰোৱাই নকৰে
ଉଦାହରଣ : তেওঁ দেশ-দুনিয়াৰ প্রতি বে-পৰোৱা হৈ নিজৰ ধুনপেচত মজি আছে
ଅର୍ଥ : যি ভয় ৰহিত
ଉଦାହରଣ : মনু এগৰাকী নি্র্ভীক ছোৱালী
ସମକକ୍ଷ : অকুতোভয়, অশংক, অশংকিত, অশঙ্ক, অশঙ্কিত, নি্র্ভীক, নি্র্ভয়, ভীতিশূন্য, ভীতিহীন, ভয়শূন্য, ভয়হীন, শংকাশূন্য
ସଂସ୍ଥାପନ କରନ୍ତୁ