ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ বেৰা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

বেৰা   বিশেষ্য

ଅର୍ଥ : বেৰ আদিৰে ঘেৰি থকা ঠাই

ଉଦାହରଣ : লʼৰা-ছোৱালীবোৰে বেৰাৰ ভিতৰত খেলি আছে

ସମକକ୍ଷ : ঘেৰা

ଅର୍ଥ : কোনো বস্তুক চাৰিওফালে আৱৰি ৰখা কোনো ৰেখা বা যতন

ଉଦାହରଣ : তেওঁ খেতিডৰাৰ চাৰিওফালে ঘেৰ দি থৈছে থৈছে

ସମକକ୍ଷ : আওতা, আবেষ্টনী, গণ্ডী, ঘেৰ, চাৰিসীমা, পৰিধি, পৰিবেষ্টন, পৰিবেষ্টনী, পৰিসীমা, বেষ্টনি, বেৰণ, মেৰ

ଅର୍ଥ : লাঠি, কামি আদিক আয়তীয় আকাৰত বান্ধি তৈয়আৰ কৰা এক অৱৰোধক

ଉଦାହରଣ : পুখুৰীৰ চাৰিওফালে হেঙাৰ লগোৱা আছে

ସମକକ୍ଷ : হেঙাৰ, ৰেলিঙ

ଅର୍ଥ : ঘৰ, কোঠা আদি আৱৰি থকা সেই অংশ যি শিল, ইটা, মাটি আদিৰে সজা হয়

ଉଦାହରଣ : শিলেৰে বনোৱা বেৰ মজবুত হয়

ସମକକ୍ଷ : দেৱাল, প্রাচীৰ, বেৰ, ৱাল

বেৰা   ক্ৰিয়া

ଅର୍ଥ : চাৰিওফালৰ পৰা ঘেৰি দিয়া

ଉଦାହରଣ : মালীজনে বাগিছাখন হেঙাৰেৰে বেৰিছে

ସମକକ୍ଷ : ঘেৰা, ঘেৰি দিয়া, বেৰি দিয়া

ଅର୍ଥ : চাৰিওফালে ৰখা বা আগুৰি লোৱা

ଉଦାହରଣ : শ্যামে সিহঁতৰ বাগিচাখন কাঁইটীয়া তাঁৰেৰে ঘেৰি আছে

ସମକକ୍ଷ : ঘেৰ দিয়া, ঘেৰা, ঘেৰি থকা, ঘেৰি লোৱা-