ଅର୍ଥ : অসভ্য ৰূপত
ଉଦାହରଣ :
শ্যামে বেয়াকৈ কʼলে যে তুমি ইয়াৰ পৰা গুচি যোৱা
ସମକକ୍ଷ : অশিষ্টভাৱে, অসভ্যতঃ, অসভ্যভাৱে, শিষ্টাচাৰহীনভাৱে
ଅର୍ଥ : বেয়া ধৰণে
ଉଦାହରଣ :
মানুহে তেওঁক ্বেয়াকৈ পিটিলে
ଅର୍ଥ : বেয়া ধৰণে
ଉଦାହରଣ :
আমাৰ খেলুৱৈসকলে বেয়াকৈ খেলাৰ বাবে আমি খেলখনত হাৰিলো