ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ বেলেগ হোৱা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

বেলেগ হোৱা   ক্ৰিয়া

ଅର୍ଥ : বেলেগ বা পৃথক হোৱা

ଉଦାହରଣ : ভিৰৰ কাৰণে আমাৰ এজন লগৰীয়া মেলাত বেলেগ হʼল

ଅର୍ଥ : * সম্বন্ধ আদি নাইকিয়া হোৱা

ଉଦାହରଣ : নিজৰ মাজতে কাজিয়া লাগি পতি-পত্নী দুয়ো এৰা-এৰি হʼল

ସମକକ୍ଷ : আঁতৰ্া-আঁতৰি হোৱা, এৰা-এৰি হোৱা, নিলগ হোৱা, নিলগা-নিলগি হোৱা, পৃথক হোৱা, বিচ্ছিন্ন হোৱা, বিভক্ত হোৱা