ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ বেলেগ কৰা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

বেলেগ কৰা   ক্ৰিয়া

ଅର୍ଥ : কোনো এক সমষ্টি বা গোটৰ পৰা বেলেগ কৰা:তেওঁ ্ পাচিটোৰ পৰা ভাল ভাল আম বাছি আছে

ଉଦାହରଣ :

ସମକକ୍ଷ : আঁতৰ্ কৰা, পৃথক কৰা, বাছা

ଅର୍ଥ : সময়, সম্বন্ধ, প্রসাৰতা আদিৰ বিচাৰেৰে কোনো বস্তু আঁতৰ ্কৰা

ଉଦାହରଣ : আমি নিজৰ মাজৰ মনোমালিন্য আঁতৰোৱা উচিত

ସମକକ୍ଷ : আঁতৰ ্কৰা, আঁতৰোৱা, পৃথক কৰা

ଅର୍ଥ : বেলেগ বা পৃথক কৰা

ଉଦାହରଣ : সীতাই চাউলত মিহলি হৈ থকা ডালিখিনি বেলেগ কৰি আছে

ସମକକ୍ଷ : পৃথক কৰা