ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : সৎকাৰৰ সৈতে বা আদৰ সম্ভাষণৰ সৈতে
ଉଦାହରଣ : শ্যামে আপোনাক তেওঁৰ নিজৰ ঘৰলৈ আদৰি-সাদৰি আমন্ত্রণ কৰিছে
ସମକକ୍ଷ : আতি-পুতিকৈ, আতৌ-পুতৌকৈ, আথ-বেথ কৰি, আথ-বেথকৈ, আথে-বেথে, আদৰি-সাদৰি, মৰমেৰে, সস্নেহে, সাদৰে, হেঁ্পাহেৰে
ସଂସ୍ଥାପନ କରନ୍ତୁ