ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : ধাতু, কাঠ আদিৰে নির্মিত মিহি দীঘল সৰঞ্জাম
ଉଦାହରଣ : তেওঁ ্ হাতেৰে ধাতুৰ মাৰিডাল বেঁক্া কৰি দিলে
ସମକକ୍ଷ : মাৰি, লাখুটি, লাঠি
ଅର୍ଥ : এচাৰি হিচাপে ব্যৱহাৰ কৰা কোনো গছৰ শাখা
ଉଦାହରଣ : শ্যামৰ গৃহ-কর্ম অসম্পূর্ণ ্হোৱা কাৰণে অধ্যাপকে তাক বেতেৰে পিটিলে
ଅର୍ଥ : এবিধ ্ কাঁইটীয়া লেহুকা গছ যাৰ গা-গছৰ পৰা পাচি, খৰাহি, মূঢ়া, চকী, টেবুল, লাখুটি, ৰচী আদি তৈয়াৰ কৰা হয়
ଉଦାହରଣ : মোহনে ঘৰৰ পিছফালে বেতৰ খেতি কৰিছে
ସମକକ୍ଷ : বেতস, বেতসলতা, বেত্র
ସଂସ୍ଥାପନ କରନ୍ତୁ