ଅର୍ଥ : ৰঙা আৰু নীলা ৰং মিহলাই উলিওৱা জামুক বা বেঙেনাৰ নিচিনা ৰং
ଉଦାହରଣ :
চিত্রকৰজনে চিত্রখনৰ অধিকাংশই বেঙুনীয়া ৰঙেৰে বুলাইছে
ସମକକ୍ଷ : জামুক ৰং, বেঙ্গুনীয়া
ଅର୍ଥ : বেঙেনা বা জামুকৰ দৰে ৰঙচুৱা নীলা ৰঙৰ
ଉଦାହରଣ :
বেঙুনীয়া ৰঙৰ কাপোৰে তেওঁক বৰ ্শুৱায়