ଅର୍ଥ : পোন বা সৰল নোহোৱা অৱস্থা বা ভাব
ଉଦାହରଣ :
মেকানিকটোৱে তাঁৰডালৰ বেঁ্কাখিনি আঁতৰ কৰি আছে
ସମକକ୍ଷ : বক্রতা
ଅର୍ଥ : যিহৰ মাজ অংশ ইফালে-সিফালে ঢাল খোৱা বা সোমাই যোৱা
ଉଦାହରଣ :
এই মন্দিৰলৈ যোৱা ৰাস্তাটো অকোৱা-পকোৱা
ସମକକ୍ଷ : অকোৱা-পকোৱা, একা-বেঁ্কা, কেঁ্কোৰা, টেৰা-বেঁ্কা, পকীয়া, বক্র, বেঁকোৰা, ভঁজুৱা, ভেমেচা, মেচ থকা