ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যি মাত্রা হিচাপত অধিক
ଉଦାହରଣ : মন্ত্রী মহোদয়ে এই বছৰ বহুত ডাঙৰ বাজেট উত্থাপন কৰি
ସମକକ୍ଷ : গধুৰ, বহুত ডাঙৰ
ଅର୍ଥ : দেখাত বিশাল আৰু সুন্দৰ
ଉଦାହରଣ : তাজমহল এটা জকমকীয়া প্রাসাদ
ସମକକ୍ଷ : জকমকীয়া
ଅର୍ଥ : বহুত ডাঙৰ
ଉଦାହରଣ : নি্র্বাচনত তেওঁৰ বৃহৎ পৰাজয় হʼল তেওঁ বিপুল সফলতা লাভ কৰিলে
ସମକକ୍ଷ : ডাঙৰ, প্রভূত, বিপুল, বিৰাট
ଅର୍ଥ : যিটো আকাৰ, মাত্রা আদিত বহুত ডাঙৰ
ଉଦାହରଣ : সুৰসাই হনুমানক ভয় খুৱাবৰ কাৰণে বিশাল ৰূপ ধাৰণ কৰিলে
ସମକକ୍ଷ : বিশাল, বিৰাট, বৃহদ
ସଂସ୍ଥାପନ କରନ୍ତୁ