ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ বৃষভ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

বৃষভ   বিশেষ্য

ଅର୍ଥ : সূর্য বৃষৰাশিত থাকোতে যি লোকৰ জন্ম হৈছে

ଉଦାହରଣ : বৃষৰাশিৰ লোকৰ কাৰণে এই বছৰটো খুউব ভাল

ସମକକ୍ଷ : বৃষ ৰাখি, বৃষ ৰাশিৰ লোক, বৃষভ ৰাশি, বৃষৰাশি, বৃষৰাশিৰ লোক

ଅର୍ଥ : ভতৰা গৰু

ଉଦାହରଣ : এটা কʼলা ষাঁড়ে মোহনক খেদি গʼল

ସମକକ୍ଷ : বৃষ, ষণ্ড, ষাঁড়, ষাঁৰ, ষাৰ

ଅର୍ଥ : কলঘৰ আৰু গাড়ীত যুতি দিয়া গৰু জাতিৰ বন্ধোৱা মতা

ଉଦାହରଣ : বলদ কৃষকৰ পৰম বন্ধু

ସମକକ୍ଷ : ঋষভ, বলদ, মতাগৰু