ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কোনো কথাৰ চিন্তা-ভাবনা আৰু নিশ্চিত কৰিব পৰা মনোবৃত্তি বা মানসিক শক্তি
ଉଦାହରଣ : আনৰ বুদ্ধিৰে ৰজা হʼবলৈ আশা কৰাতকৈ নিজৰ বুদ্ধিৰে ভিখাৰী হোৱাই বেছি ভাল
ସମକକ୍ଷ : জ্ঞান, ধী, ধীশক্তি, বিবেক, মতি, মনীষা, মেধা
ଅର୍ଥ : কোনো বিশেষ পৰিস্থিতি আদিত হঠাৎ মগজুলৈ অহা স্পষ্ট বিচাৰ
ଉଦାହରଣ : কিবা বুদ্ধিয়েহে এতিয়া আমাক এই সমস্যাৰ পৰা বচাব পাৰিব আপোনাৰ বুদ্ধিয়ে মুৰলৈ অহা এটা ডাঙৰ সমস্যা দূৰ কৰিলে
ସମକକ୍ଷ : বোধ
ଅର୍ଥ : বুদ্ধিমান হোৱাৰ অৱস্থা বা ভাব
ଉଦାହରଣ : তেওঁ নিজৰ বুদ্ধিমত্তাৰেহে এই কামটোত সফল হʼল
ସମକକ୍ଷ : চতুৰতা, চাতুর্য, চাতুৰী, ধী, ধীশক্তি, বিচাৰ-বুদ্ধি, বুদ্ধিমত্তা, বুধি, বুধি-সুধি, মতি, মেধা
ସଂସ୍ଥାପନ କରନ୍ତୁ