ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ বুজোৱা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

বুজোৱা   ক্ৰিয়া

ଅର୍ଥ : কাৰোবাক কি কৰা ভাল সেইয়া বুজোৱা কার্য

ଉଦାହରଣ : মাকে তাক বহুত বুজালে কিন্তু ্তেওঁ একো নামানিলে

ସମକକ୍ଷ : কোৱা

ଅର୍ଥ : কোনো কথা আদি জানি লোৱা

ଉଦାହରଣ : বহুত বুজোৱাৰ পিছতো তেওঁ এই প্রশ্নটোৰ উত্তৰ দিব নোৱাৰিলে

ଅର୍ଥ : বোধ বা জ্ঞান উদয় হোৱা

ଉଦାହରଣ : শিক্ষকে ছাত্র-ছাত্রীক গণিত বুজাইছে

ଅର୍ଥ : কাৰোবাৰ বোধ হোৱাকৈ কথা কোৱা

ଉଦାହରଣ : তেওঁ পথভ্রষ্ট শিশুবোৰক বুজাই আছে