ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : শিকোৱা বা শিকা কোনো হিতকাৰী কথা
ଉଦାହରଣ : সদায় সত্যৰেই যে জয় হয় এই শিক্ষা আমাৰ মহাকাব্যবোৰৰ পৰা পোৱা যায়
ସମକକ୍ଷ : উপদেশ, জ্ঞান, শিকনি, শিক্ষা
ଅର୍ଥ : দুখী লোকক ধৈর্য ধৰিবলৈ কোৱা বা দিয়া কার্য
ଉଦାହରଣ : ঘৰত চোৰ হোৱাৰ পিছত খবৰ লʼবলৈ অহাসকলে মহাজনক সান্ত্ব্্না দি আছিল
ସମକକ୍ଷ : প্রবোধ, বুজনি-সুজনি, বুজনি-সুতনি, সান্ত্ব্্না, সুতনি, ্চেঁচনি, ্চেঁচনি-বুজনি
ସଂସ୍ଥାପନ କରନ୍ତୁ