ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : শত্রুৰ ভাব বা কার্য
ଉଦାହରଣ : আপুনি শত্রুতা পাহৰি যোৱাটোৱেই ভাল
ସମକକ୍ଷ : অৰি, আখেজ, দুচমন, দুছমন, দুশমন, দ্বেষ, দ্রোহ, প্রতিকূলতা, বিদ্বেষ, বিৰোধী ভাব, বৈৰীতা, শতুৰালি, শতুৰু, শত্রুতা, শতৰু
ଅର୍ଥ : কোনো কার্য আদিক ৰুধিবৰ কাৰণে তাৰ বিপৰীতে কৰা কোনো কার্য
ଉଦାହରଣ : মই ৰামৰ বিৰোধিতা স্বত্ত্বেও নি্র্বাচনত প্রতিদ্বন্দ্বিতা কৰিলোঁ
ସମକକ୍ଷ : প্রতিৰোধ, বিৰোধ, বিৰোধাচৰণ
ସଂସ୍ଥାପନ କରନ୍ତୁ