ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ বিৰোধ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

বিৰোধ   বিশেষ্য

ଅର୍ଥ : কাৰোবাৰ বাক্য বা সিদ্ধান্তৰ খণ্ডন কৰাৰ কাৰণে বা তাৰ বিৰোধ কৰিবৰ কাৰণে কোৱা কথা

ଉଦାହରଣ : পৃথিৱী স্থিৰ আৰু সূর্য গতিশীল, এই কথাৰ পোনপ্রথম প্রতিবাদ কৰিছিল গেলিলিওৱে

ସମକକ୍ଷ : খণ্ডন, প্রতিবাদ

ଅର୍ଥ : কোনো কথা সঠিক বুলি মানি নʼলৈ সেই সম্পর্কে ্কোনো কথা কোৱা কার্য

ଉଦାହରଣ : ভাল কাম কৰাত কাৰো আপত্তি থকা উচিত নহয়

ସମକକ୍ଷ : আপত্তি

ଅର୍ଥ : কোনো কার্য আদিক ৰুধিবৰ কাৰণে তাৰ বিপৰীতে কৰা কোনো কার্য

ଉଦାହରଣ : মই ৰামৰ বিৰোধিতা স্বত্ত্বেও নি্র্বাচনত প্রতিদ্বন্দ্বিতা কৰিলোঁ

ସମକକ୍ଷ : প্রতিৰোধ, বিৰোধাচৰণ, বিৰোধিতা