ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ বিৰাট ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

বিৰাট   বিশেষ্য

ଅର୍ଥ : মহাভাৰতত বর্ণিত এজন ৰজা

ଉଦାହରଣ : অজ্ঞাতবাসত থকাৰ সময়ত পাণ্ডবসকলে বিৰাট ৰজাৰ তাত কাম কৰিছিল

বিৰাট   বিশেষণ

ଅର୍ଥ : বহুত ডাঙৰ

ଉଦାହରଣ : নি্র্বাচনত তেওঁৰ বৃহৎ পৰাজয় হʼল তেওঁ বিপুল সফলতা লাভ কৰিলে

ସମକକ୍ଷ : ডাঙৰ, প্রভূত, বিপুল, বৃহৎ

ଅର୍ଥ : যিটো আকাৰ, মাত্রা আদিত বহুত ডাঙৰ

ଉଦାହରଣ : সুৰসাই হনুমানক ভয় খুৱাবৰ কাৰণে বিশাল ৰূপ ধাৰণ কৰিলে

ସମକକ୍ଷ : বিশাল, বৃহদ, বৃহৎ