ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ বিৰহ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

বিৰহ   বিশেষ্য

ଅର୍ଥ : প্রিয় ব্যক্তিৰ সৈতে মিলন নোহোৱা কার্য বা ভাব

ଉଦାହରଣ : সুৰদাসকৃত ৰাধাৰ বিৰহৰ ্বর্ণ্্না অতি মর্মান্তিক

ଅର୍ଥ : বিশেষকৈ হৃদয়জনিত উগ্র বা বহুত কষ্টদায়ক পীড়া

ଉଦାହରଣ : মোৰ হৃদয়ৰ বেদনা কোনেও নুবুজে

ସମକକ୍ଷ : ক্লেশ, দর্দ, দৰদ, বেদনা, ব্যথা

ଅର୍ଥ : কোৰোবাৰ সৈতে বিচ্ছেদ হোৱা বা কোনো আঁতৰি যোৱা এক অৱস্থা বা ভাব

ଉଦାହରଣ : ৰাধাই কৃষ্ণৰ বিৰহ সহিব লগীয়া হৈছিল

ସମକକ୍ଷ : বিয়োগ

ଅର୍ଥ : বেলেগ বা পৃথক হোৱা কার্য, ্অৱস্থা বা ভাব

ଉଦାହରଣ : বিবাহৰ পিছতহে তেওঁ বিৰহৰ দুখ সহিব লগা হʼল

ସମକକ୍ଷ : বিচ্ছেদ