ଅର୍ଥ : প্রিয় ব্যক্তিৰ সৈতে মিলন নোহোৱা কার্য বা ভাব
ଉଦାହରଣ :
সুৰদাসকৃত ৰাধাৰ বিৰহৰ ্বর্ণ্্না অতি মর্মান্তিক
ଅର୍ଥ : কোৰোবাৰ সৈতে বিচ্ছেদ হোৱা বা কোনো আঁতৰি যোৱা এক অৱস্থা বা ভাব
ଉଦାହରଣ :
ৰাধাই কৃষ্ণৰ বিৰহ সহিব লগীয়া হৈছিল
ସମକକ୍ଷ : বিয়োগ
ଅର୍ଥ : বেলেগ বা পৃথক হোৱা কার্য, ্অৱস্থা বা ভাব
ଉଦାହରଣ :
বিবাহৰ পিছতহে তেওঁ বিৰহৰ দুখ সহিব লগা হʼল
ସମକକ୍ଷ : বিচ্ছেদ