ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : অলপ অলপ কথাতে বিৰক্ত বা আমনি লগা ভাব
ଉଦାହରଣ : মায়ে আজিকালি বৰ আমনি কৰে
ସମକକ୍ଷ : আমনি কৰা
ଅର୍ଥ : এনে উপায় বা প্রয়াস কৰা যাৰ দ্বাৰা কোনোজনৰ মন কʼতো নবহে
ଉଦାହରଣ : প্রতিদিনৰ হাই-কাজিয়াই মোৰ মন ঘৰৰ পৰা উদাসীন কৰিলে
ସମକକ୍ଷ : উদাসীন কৰা
ଅର୍ଥ : কাৰোবাক কোনো কথাত অসন্তুষ্ট কৰা
ଉଦାହରଣ : মঞ্জুলাই সৰু ভায়েকক বৰ আমনি কৰে
ସଂସ୍ଥାପନ କରନ୍ତୁ