ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : আমনি লগা কার্য ্বা ভাব
ଉଦାହରଣ : মাৰ উপদেশ শুনি-শুনি মোৰ মন বিৰক্ত হʼল
ଅର୍ଥ : যি সাংসাৰিক বস্তু তথা সুখৰ প্রতি ৰাগ অথবা আসক্তি একেবাৰে এৰি দিছে
ଉଦାହରଣ : জৰা, মৃত্যু আদি দেখাৰ পিছতহে ভগৱান বুদ্ধ সংসাৰৰ প্রতি বিৰক্ত হʼল
ସମକକ୍ଷ : বিমুখ, বিৰাগ, বৈৰাগী, সন্যাসী
ଅର୍ଥ : যাৰ মন দুখী হৈ কোনো কথাৰ পৰা আঁতৰি গৈছে
ଉଦାହରଣ : তুমি চিন্তিত হৈ থকাৰ কথাটো তোমাৰ উদাস চেহেৰাটোৰ পৰাই জানিব পাৰি
ସମକକ୍ଷ : অন্যমনস্ক, উদাস, ম্লান
ସଂସ୍ଥାପନ କରନ୍ତୁ