ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কাৰোবাৰ বিবাহ সম্পন্ন হোৱা সামাজিক সমাৰোহ
ଉଦାହରଣ : মই এখন বিয়ালৈ যাব লাগে বিয়া-বাৰুলেতো যাবই লাগে
ସମକକ୍ଷ : বিবাহ, বিয়া-বাৰু
ଅର୍ଥ : স্ত্রী আৰু পুৰুষৰ মাজত পতি-পত্নীৰ সম্বন্ধ স্থাপিত হোৱা এক সামাজিক বা ধার্মিক কৃত্য বা প্রক্রিয়া
ଉଦାହରଣ : সোহনৰ বিয়া ৰাধাৰ লগত হʼল
ସମକକ୍ଷ : ছাদি, নিকাহ, পাত্রস্থ কৰা-, পৰিণয়, বিবাহ, বিৱাহ, শুভপৰিণয়, শুভবিবাহ
ସଂସ୍ଥାପନ କରନ୍ତୁ