ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ বিহ্বলতা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

বিহ্বলতা   বিশেষ্য

ଅର୍ଥ : উদ্বিগ্ন হোৱা অৱস্থা বা ভাব

ଉଦାହରଣ : উদ্বিগ্নতাৰ কাৰণেই মই এই কামটোত মন বহুৱাব পৰা নাই

ସମକକ୍ଷ : উগুল-থুগুল, উচপিচ, উচপিচনি, উদ্বগ্নতা, উৎকণ্ঠা

ଅର୍ଥ : ভাবত বিভোৰ হৈ থকা

ଉଦାହରଣ : সকলো কামতে শ্যামক ভাব বিভোৰতাত থকা যেন লাগে

ସମକକ୍ଷ : ভাব বিভোৰতা, ভাব-বিভোৰতা, ভাব-বিহ্বলতা

ଅର୍ଥ : ভয়, চিন্তা আদিৰ কাৰণে মস্তিষ্কৰ কোষবোৰত চাপ পৰাৰ কাৰণে বিকলতা অনুভৱ কৰা অৱস্থা

ଉଦାହରଣ : মানসিক অশান্তিৰ কাৰণে তেওঁ ্বেমাৰত পৰিল

ସମକକ୍ଷ : অশান্তি, মানসিক চাপ