ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ বিহাৰী ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

বিহাৰী   বিশেষ্য

ଅର୍ଥ : বিহাৰত কোৱা এক ধৰণৰ ভাষা

ଉଦାହରଣ : তেওঁলোক দুয়োজনে বিহাৰীত কথা পাতি আছে

ଅର୍ଥ : বিহাৰ ৰাজ্যৰ অধিবাসী

ଉଦାହରଣ : ভালেমান বিহাৰী মোৰ ভাল বন্ধু

বিহাৰী   বিশেষণ

ଅର୍ଥ : বিহাৰৰ সৈতে সম্বন্ধ থকা

ଉଦାହରଣ : তেওঁ বিহাৰী ৰাজনীতি পছন্দ কৰে

ଅର୍ଥ : বিহাৰ ৰাজ্যৰ সৈতে সম্বন্ধ থকা

ଉଦାହରଣ : আমি বিহাৰী লোক-নৃত্য চাবলৈ গৈছিলোঁ