ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ বিস্ময় ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

বিস্ময়   বিশেষ্য

ଅର୍ଥ : আশ্চর্য্য উৎপন্ন ্কৰা বস্তু

ଉଦାହରଣ : তাজমহল বিশ্বৰ সাতটা আশ্চর্য্য ভিতৰত অন্যতম

ସମକକ୍ଷ : আশ্চর্য্য

ଅର୍ଥ : কোনো নতুন, অদ্ভূত বা অসাধাৰণ বিষয় দেখিলে, শুনিলে বা ধ্যান দিলে উৎপন্ন হোৱা মনৰ অৱস্থা

ଉଦାହରଣ : মোক হঠাৎ দেখি ্ তেওঁ ্ অবাক হʼল

ସମକକ୍ଷ : অবাক, আচৰিত হোৱা-, আশ্বর্য, আশ্বর্য্য, চমক, বিচূর্ত্তি

ଅର୍ଥ : কোনো আশ্চর্যজনক ্ বা অদ্ভূত কাম বা ব্যাপাৰ যি সাধাৰণতে দেখিবলৈ পোৱা নাযায় আৰু যাক অলৌকিক আৰু অসম্ভৱ বুলি জনা যায়

ଉଦାହରଣ : পাগল মানুহজনক ভাল কৰি বাবাজীজনে চমৎকাৰ কৰি দিলে

ସମକକ୍ଷ : অদ্ভুত কাম, অবাক, আচৰিত, আশ্চর্য, চমক, চমৎকাৰ, তবধ