ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যিটো ঠেক বা সৰু নহয়
ଉଦାହରଣ : ডাঙৰ চহৰৰ মাজত এনে বিস্তৃত মৈদান দেখা নাযায়
ସମକକ୍ଷ : আহল-বহল
ଅର୍ଥ : যিটো নিজৰ ঠাইত বা তাৰ চাৰিওফালে দূৰ-দূৰণিলৈকে সিঁচৰতি হৈ আছে
ଉଦାହରଣ : জনমানসত তুলসী দাসে ৰচনা কৰা ৰামচৰিত মানসৰ ব্যাপক প্রভাৱ আছে
ସମକକ୍ଷ : বহুল, ব্যাপক
ଅର୍ଥ : যʼত বহুত বিস্তাৰ আছে বা বিস্তাৰযুক্ত
ଉଦାହରଣ : এই কবিতাৰ পংক্তিকেইটাৰ বহল ব্যাখ্যা কৰক
ସମକକ୍ଷ : বহল, বিশদ
ଅର୍ଥ : যাক সতর্ক্্তা আৰু সূক্ষ্ম বিৱৰণৰ সৈতে বিকশিত কৰা হʼল
ଉଦାହରଣ : আমি এখন বিস্তৃত যোজনা তৈয়াৰ কৰিছো
ସମକକ୍ଷ : বিশদ
ସଂସ୍ଥାପନ କରନ୍ତୁ