ଅର୍ଥ : কোনো বস্তুৰ প্রসাৰিতকৰণ
ଉଦାହରଣ :
তেওঁ ভিজা কাপোৰখন ৰʼদত মেলি দিছে
ସମକକ୍ଷ : বহলকৈ মেলা, মেলা, মেলি দিয়া
ଅର୍ଥ : পৰিণাম বা বিস্তাৰত অধিক কৰা বা বিস্তাৰিত কৰা
ଉଦାହରଣ :
বৌদ্ধসকলে বৌদ্ধধর্মক ্কেইবাখনো দেশত প্রসাৰিত কৰিলে
ସମକକ୍ଷ : প্রসাৰিত কৰা, বিস্তৃত কৰা, বিয়পোৱা