ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কোনো বস্তু অন্য ধৰণৰ কোনো বস্তুৰ সৈতে মিলি যোৱা কার্য
ଉଦାହରଣ : এইটো বিশ্বাস কৰা হয় যে মৃত্যুৰ পিছত আত্মা পৰমাত্মাৰ সৈতে বিলীন হৈ যায়
ଅର୍ଥ : যিটো লুপ্ত হৈ গৈছে
ଉଦାହରଣ : ডাইনোচৰ এবিধ বিলুপ্ত প্রাণী
ସମକକ୍ଷ : অৱলুপ্ত, নিশ্চিহ্ন, বিলুপ্ত, লীন, লুপ্ত, লোপ পোৱা-, লয়প্রাপ্ত
ଅର୍ଥ : লীন হৈ থকা
ଉଦାହରଣ : বৈজ্ঞানিকে জল-বিলীন তত্ত্ববোৰৰ অনুসন্ধান কৰি আছে
ଅର୍ଥ : যিটো নাশ হৈছে
ଉଦାହରଣ : ভূমিকম্পত ্ তেওঁৰ সকলো নষ্ট হʼল
ସମକକ୍ଷ : উছন, ক্ষয়প্রাপ্ত, খাস্তাং, জাহ, ধ্বংসপ্রাপ্ত, নষ্ট, নিশ্চিহ্ন, বিধ্বস্ত, বিনষ্ট, লীন, শেষ
ସଂସ୍ଥାପନ କରନ୍ତୁ