ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : চলি থকা বা হৈ থকা কাম কিছু সময়ৰ বাবে ৰখাই দিয়া কার্য
ଉଦାହରଣ : অসময়ত অহা বৰষুণজাকৰ বাবে কার্যসূচীৰ পলম হোৱাটো স্বাভাৱিক
ସମକକ୍ଷ : পলম
ଅର୍ଥ : নিয়ত বা সাধাৰণতকৈ বেছি সময়
ଉଦାହରଣ : মোৰ ইয়ালৈ অহাত দেৰি হʼলেও চিন্তা কৰিব নালাগে
ସମକକ୍ଷ : আলম-বিলম, গহৰি, দেৰি, পলম
ସଂସ୍ଥାପନ କରନ୍ତୁ