ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ বিল ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

বিল   বিশেষ্য

ଅର୍ଥ : কাৰোবাৰ জিম্মা বা নামত থকা কোনো ধন অথবা কাৰোবাক দিয়া মালবস্তুৰ বিৱৰণ আৰু মূল্যৰ হিচাপ থকা কাগজ বিশেষ

ଉଦାହରଣ : এই মাহৰ টেলিফোনৰ বিল এতিয়ালৈকে অহা নাই

ଅର୍ଥ : বিধান সভাত কোনো আইন গৃহীত কৰাৰ আগেয়ে উত্থাপন কৰা বিধান বা আইনৰ প্রস্তাৱিত ৰূপ

ଉଦାହରଣ : এই বিধেয়কখনক লৈ বিধান সভাত বহুত হুলস্থূল লাগিল

ସମକକ୍ଷ : বিধেয়ক