ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ বিভাজন ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

বিভাজন   বিশেষ্য

ଅର୍ଥ : বেলেগ বেলেগ ভাগ বা অংশত ভগোৱা কার্য ্বা ভাব

ଉଦାହରଣ : ৰামে নিজৰ দুইজন লʼৰাৰ কাৰণে ঘৰৰ বিভাজন কৰিলে

ସମକକ୍ଷ : ভাগ-বাটোৱাৰা

ଅର୍ଥ : কোনো দল বা মানুহৰ মাজত এজন আনজনৰ বিৰোধী হোৱা ভাব

ଉଦାହରଣ : কৌৰৱ-পাণ্ডৱৰ মাজত বিভেদ সৃষ্টি কৰি প্রতিশোধ লোৱাই শকুনি মামাৰ উদ্দেশ্য আছিল

ସମକକ୍ଷ : অনৈক্য, অমিল, ফাট, বিভেদ, ভেদ

ଅର୍ଥ : কোনো এটা সংখ্যাৰে আন এটা সংখ্যা ভাগ কৰা কার্য

ଉଦାହରଣ : আজি গণিতৰ শ্রেণীত হৰণ অংক শিকোৱা হʼব

ସମକକ୍ଷ : হৰণ অংক