ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ বিভাগ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

বিভাগ   বিশেষ্য

ଅର୍ଥ : কোনো অংগ বা অবয়বৰ এক, যাৰ সংযোগত বিভিন্ন বস্তু তৈয়াৰ কৰা হয়

ଉଦାହରଣ : এই যন্ত্রটোৰ সকলো খণ্ডই যন্ত্রালয়ত তৈয়াৰ কৰা

ସମକକ୍ଷ : অংগ, অংশ, খণ্ড, টুকুৰা, ভাগ

ଅର୍ଥ : কোনো দেশৰ ক্ষেত্রীয় আৰু প্রশাসনিক বিভাগ

ଉଦାହରଣ : তেওঁ ্ ফ্রান্সৰ বিভাগবোৰৰ বিষয়ে কৈ আছে

ସମକକ୍ଷ : কার্যবিভাগ

ଅର୍ଥ : কোনো বস্তুৰ বিষয়ৰ ্অন্তর্গত ্এটা বিষয় যাৰ পৃথকে পৃথকে বিচাৰ কৰিব পৰা যায় বা বিচাৰ কৰাৰ প্রয়োজন আছে

ଉଦାହରଣ : ভাৰতীয় ্অর্থব্যৱস্থাৰ বিভিন্ন দিশত ভালদৰে বিচাৰ বিবেচনা হোৱাটো আৱশ্যক

ସମକକ୍ଷ : অংশ, দিশ, পক্ষ

ଅର୍ଥ : সা-সুবিধা বা ব্যৱস্থাপনা আদিৰ কাৰণে কামৰ বিকেন্দ্রীকৰণ কৰা ক্ষেত্র

ଉଦାହରଣ : আপুনি আই. আই. টিৰ কোনটো বিভাগত কাম কৰে ?

ସମକକ୍ଷ : মহকুমা