ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কোনো ঠাইৰ মাজৰ খালী অংশ
ଉଦାହରଣ : সাপটো ফুটাটোৱেদি কোঠাটোত সোমাল
ସମକକ୍ଷ : ছিদ্র, জলা, ফুটা, ৰন্ধ্র
ଅର୍ଥ : মনত আঘাত দিয়া বা বিন্ধা
ଉଦାହରଣ : মোক তেওঁৰ ্কথাটোৱে ৰৈ-ৰৈ বিন্ধি আছে
ସମକକ୍ଷ : বিন্ধি থকা
ଅର୍ଥ : ধাৰাল বা জোঙা বস্তু কোমল ঠাইত সোমোৱা কার্য
ଉଦାହରଣ : মোৰ ভৰিত ্কাঁইটে বিন্ধা
ସଂସ୍ଥାପନ କରନ୍ତୁ