ଅର୍ଥ : ৰেখা গণিতত অংকন কৰা এক সৰু গোল চিহ্ন যি কিহবাৰ নির্দেশ কৰে কিন্তু তাত কোনো দীঘ, প্রস্থ নাথাকে আৰু যাৰ কোনো বিভাগ কৰিব নোৱাৰি
ଉଦାହରଣ :
লʼৰা-ছোৱালীবোৰে খেলি খেলি বিন্দুবোৰ মিলাই এখন হাতীৰ চিত্র তৈয়াৰ কৰিলে
ଅର୍ଥ : কোনো বস্তুৰ ওপৰত বনোৱা বা পৰা সৰু গোল চিহ্ন
ଉଦାହରଣ :
এই কাপোৰখনৰ ৰং-চঙীয়া ফোঁটখিনি ভাল লাগিছে
ସମକକ୍ଷ : ফোঁট