ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ বিনিয়োগ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

বিনিয়োগ   বিশেষ্য

ଅର୍ଥ : ফলাফলৰ উদ্দেশ্যৰে কোনো বস্তুৰ ব্যৱহাৰ কৰা

ଉଦାହରଣ : কোটি টকাতকৈও অধিক পৰিপূৰক দাবী আৰু সেই সম্বন্ধীয় বিনিয়োগ বিধেয়কৰ অনুমোদন কৰা হৈছে

ସମକକ୍ଷ : বিনিয়োজন

ଅର୍ଥ : ব্যৱসায় বাণিজ্যত পুঁজি লগোৱা কার্য

ଉଦାହରଣ : তেওঁ নিজৰ উপার্জনৰ ্প্রায় পঞ্চাশ শতাংশ প্রতিবছৰে বিনিয়োগ কৰে

ସମକକ୍ଷ : বিনিয়োজন

ଅର୍ଥ : বিক্রয় বা দান আদিৰে সম্পত্তি আদিৰ কোনো অংশ আনক দিয়া কার্য

ଉଦାହରଣ : তেওঁ বিনিয়োগৰ কাৰণে উচিত ব্যক্তিৰ সন্ধান কৰি আছে

ସମକକ୍ଷ : বিনিয়োজন

ଅର୍ଥ : ব্যৱসায়, আয় আদিৰ উদ্দেশ্যে পুঁজি লগোৱা কৰা কার্য

ଉଦାହରଣ : লাখ টকাৰ পুঁজি বিনিয়োগ কৰাৰ পিছতো এই ব্যৱসায়ত লাভৰ মুখ দেখা নগʼল

ସମକକ୍ଷ : পুঁজি বিনিয়োগ, পুঁজি-বিনিয়োগ

ଅର୍ଥ : বৈদিক কৃত্যত হোৱা মন্ত্রৰ প্রয়োগ

ଉଦାହରଣ : মন্ত্র বিনিয়োগৰ পঞ্চ অংগ আছে

ସମକକ୍ଷ : বিনিয়োজন