ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ বিধি ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

বিধি   বিশেষ্য

ଅର୍ଥ : কাম আদি কৰাৰ বাবে নি্র্ধাৰণ কৰা শৈলী

ଉଦାହରଣ : যদি তুমি এই ঢঙেৰে কাম কৰা তেনেহʼলে পিছত বহুত পস্তাবা

ସମକକ୍ଷ : কায়দা, ঢঙ, নিয়ম, পদ্ধতি, শৈলী, ৰীতি

ଅର୍ଥ : মানুহৰ আচাৰ-ব্যৱহাৰ নিয়ন্ত্রণৰ কাৰণে দেশৰ প্রশাসনে ঠিক কৰি দিয়া বিধি-বিধান, যাক পালন কৰাটো সকলোৰে কাৰণে বাধ্যতামূলক আৰু ইয়াক উলংঘা কৰিলে দণ্ড বিহা হয়

ଉଦାହରଣ : আইন বিৰোধী যিকোনো কামে আপোনাক সংকটত পেলাব পাৰে

ସମକକ୍ଷ : অধিনিয়ম, আইন, আইন-কানুন, কানুন, বিধান