ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : অানৰ উন্নতি বা ভাল হোৱা দেখি পোৱা মানসিক কষ্ট
ଉଦାହରଣ : মোৰ উন্নতি দেখি ্ তেওঁ ঈর্ষাত জ্বলি মৰিছে
ସମକକ୍ଷ : অন্তর্দাহ, অসূয়া, ঈর্ষা, খিয়লা-খিয়লি, খিয়াল, পৰশ্রীকাতৰতা, বুকুৰ পোৰণি, মাৎসর্য্য, হিংসা
ଅର୍ଥ : শত্রুৰ ভাব বা কার্য
ଉଦାହରଣ : আপুনি শত্রুতা পাহৰি যোৱাটোৱেই ভাল
ସମକକ୍ଷ : অৰি, আখেজ, দুচমন, দুছমন, দুশমন, দ্বেষ, দ্রোহ, প্রতিকূলতা, বিৰোধিতা, বিৰোধী ভাব, বৈৰীতা, শতুৰালি, শতুৰু, শত্রুতা, শতৰু
ସଂସ୍ଥାପନ କରନ୍ତୁ