ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ বিজ্ঞাপন ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

বিজ্ঞাপন   বিশেষ্য

ଅର୍ଥ : কোনো বিষয়, মত বা কথাক বহু লোকৰ আগত দাঙি ধৰা কার্য

ଉଦାହରଣ : কোম্পানীবোৰে টিভি আদিৰ মাধ্যমেৰে নিজৰ উৎপাদিত সামগ্রীৰ প্রচাৰ চলায়

ସମକକ୍ଷ : প্রচাৰ

ଅର୍ଥ : বিশেষভাৱে বাতৰি-কাকত, ৰেডিঅ, ্দূৰদর্শন আদিৰ জৰিয়তে কোনো বয়-বস্তু আদিৰ বিক্রী বা কোনো গুৰুত্ব পূর্ণ ্কথা আৰু খবৰ সকলো লোকৰ জ্ঞাতার্থে ্প্রচাৰ কৰা ব্যৱস্থা

ଉଦାହରଣ : আজিৰ বাতৰি-কাকত বিজ্ঞাপনেৰে ভৰি আছে

ସମକକ୍ଷ : ইস্তাহাৰ, বিজ্ঞপ্তি

ଅର୍ଥ : কোনো খবৰ বাতৰি আদি জনোৱাৰ কাৰণে দেৱাল আদিত লগোৱা জাননী পত্র বিশেষ

ଉଦାହରଣ : এই চিনেমাখনৰ বিজ্ঞাপন গলিয়ে-গলিয়ে লগোৱা হৈছে

ସମକକ୍ଷ : ইস্তাহাৰ, পʼষ্টাৰ, পোষ্টাৰ