ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ বিচৰা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

বিচৰা   ক্ৰিয়া

ଅର୍ଥ : কোনো কথা বা বস্তু আদি পাবৰ কাৰণে কৰা ইচ্ছা

ଉଦାହରଣ : মোৰ কিবা খাবৰ মন গৈছে

ସମକକ୍ଷ : অভিলাষ কৰা, ইচ্ছা কৰা, ইচ্ছা যোৱা, মন যোৱা

ଅର୍ଥ : কোনো কথা বা কামত কৰা ইচ্ছা

ଉଦାହରଣ : মই আপোনাৰ পৰা আর্থিক সাহায্য বিচাৰিছোঁ মই ভৱিষ্যতে সকলো ভাল হʼব বুলি আশা কৰিছোঁ

ସମକକ୍ଷ : আশা কৰা

ଅର୍ଥ : কোনো ব্যক্তি, বস্তু, ঠাই আদি কʼত আছে চোৱা

ଉଦାହରଣ : পুলিচে হত্যাকাৰীক বিচাৰি ফুৰিছে

ସମକକ୍ଷ : অনুসন্ধান কৰা, অন্বেষণ কৰা