ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : পূর্বৰ ্অৱস্থাতকৈ ভাল অৱস্থা বা উচ্চ অৱস্থাৰ পিনে ধাৱমান হোৱা কার্য
ଉଦାହରଣ : ভাৰতৰ উন্নতি ভাৰতীয়সকলৰ ওপৰত নি্র্ভৰ কৰে
ସମକକ୍ଷ : উত্থান, উদ্গতি, উন্নতি, উন্নয়ন, প্রগতি
ଅର୍ଥ : বঢ়া বা বিকশিত হোৱা কার্য ্বা ভাব
ଉଦାହରଣ : জন্মৰ পৰা পাঁচবছৰ বয়সলৈকে শিশুৰ শাৰীৰিক আৰু মানসিক বিকাশ সকলোতকৈ অধিক হয়
ଅର୍ଥ : বঢ়া বা বঢ়োৱা কার্য
ଉଦାହରଣ : অজ্ঞানতাই আমাৰ অহংকাৰ বৃদ্ধি কৰে
ସମକକ୍ଷ : বৃদ্ধি, সংবর্ধন, ্বর্ধন
ସଂସ୍ଥାପନ କରନ୍ତୁ