ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : বিকাশ প্রাপ্ত হোৱা
ଉଦାହରଣ : আমাৰ বেপাৰ লাহে-লাহে প্রসাৰিত হৈ আছে
ସମକକ୍ଷ : প্রসাৰিত হোৱা
ଅର୍ଥ : নতুনকৈ হোৱা গছপুলিত পাত গজা আৰু সেউজীয়া হোৱা
ଉଦାହରଣ : শুকাই যোৱা গছপুলিটোৱে পানী পোৱাৰ লগে-লগে ঠন ধৰিবলৈ ধৰিলে
ସମକକ୍ଷ : ঠন ধৰা, সজাল ধৰা
ସଂସ୍ଥାପନ କରନ୍ତୁ