ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যিজন ব্যক্তিৰ কোনো অংগই ভালদৰে কাম নকৰে
ଉଦାହରଣ : ইয়াত বিকলাংগসকলক শিক্ষা দিয়া হয়
ସମକକ୍ଷ : বিকলাংগ
ଅର୍ଥ : যাৰ হাত-ভৰি বা শৰীৰৰ কোনো অংগত বিকৃতি ঘটিছে
ଉଦାହରଣ : আমি বিকলাঙ্গ লোকৰ সহায় কৰা উচিত
ସମକକ୍ଷ : অংগহীন, অঙ্গহীন, বিকলাংগ
ଅର୍ଥ : যাৰ হাত বা ভৰিত বিকৃতি আছে
ଉଦାହରଣ : এই প্রতিযোগিতাত কেৱল বিকলাংগ লোকসকলেহে ভাগ লʼব পাৰিব
ସଂସ୍ଥାପନ କରନ୍ତୁ